বিগত আগষ্ট মাহৰ উল্লেখযোগ্য ঘটনাৱলী :
🔹২৩ আগষ্টত ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰ ISRO ৰ মহাকাশযান চন্দ্ৰযান-৩ য়ে সন্ধিয়া ৬ বাজি ৩ মিনিটত চন্দ্ৰৰ দক্ষিণ মেৰুত মসৃণ অৱতৰণ কৰে।
।
🔹যোৱা ২৫ আগষ্টত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকৰ সিদ্ধান্ত অনুসৰি বজালী, বিশ্বনাথ, হোজাই আৰু তামোলপুৰে পুনৰ জিলাৰ মৰ্যাদা ঘূৰাই পাবলৈ অনুমোদন লাভ কৰে। ইয়াৰ লগে লগে অসমত মুঠ জিলাৰ সংখ্যা হ'ব ৩৫। উল্লেখযোগ্য যে ২০২২ চনৰ ৩১ ডিচেম্বৰ তাৰিখে উপৰ্যুক্ত চাৰিখন জিলাক পূৰ্বৰ জিলাকেইখনত পুনৰ অন্তৰ্ভুক্ত কৰি মুঠ জিলাৰ সংখ্যা ৩১ লৈ হ্ৰাস কৰা হৈছিল।
কেবিনেট বৈঠকখনত অসমৰ ২৪ টা মহকুমা বিলুপ্ত কৰি ৮১ খন উপজিলা গঠনৰ সিদ্ধান্তও গ্ৰহণ কৰা হয়।
🔹 যোৱা ২১ আগষ্টত ঘোষণা কৰা ২০২১ বৰ্ষৰ ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহৰ ভিতৰত সৰ্বমুঠ ৬টা বঁটা লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰে ভিতৰত আছে ৫ টা ৰজত কমল বঁটা।
১) শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰজত কমল বঁটা : অনুৰ (পৰিচালক মঞ্জুল বৰুৱা)
২)মিচিং ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰজত কমল বঁটা :বুম্বা ৰাইড (পৰিচালক : বিশ্বজিত বৰা)
৩) ফিচাৰ ফিল্ম শিতানত সামাজিক বিষয়ৰ শ্ৰেষ্ঠ ছবিৰ ৰজত কমল বঁটা : অনুনাদ (পৰিচালক: ৰীমা বৰা)
৪) নন ফিচাৰ ফিল্ম শিতানত নৃতত্ব বিষয়ৰ শ্ৰেষ্ঠ ছবিৰ ৰজত কমল বঁটা : ফায়াৰ অন এজ ( পৰিচালক : প্ৰণৱজ্যোতি ডেকা)
৫) শ্ৰেষ্ঠ ধাৰাভাষ্যকাৰৰ ৰজত কমল বঁটা : কুলদা কুমাৰ ভট্টাচাৰ্য ( হাতীবন্ধু/ পৰিচালক : কৃপাল কলিতা)
৬) শ্ৰেষ্ঠ অভিনেত্ৰী শিতানত জুৰিৰ বিশেয় বঁটা: জাহানাৰা বেগম (বুম্বা ৰাইড)
অন্যান্য উল্লেখযোগ্য বঁটাসমূহ:
শ্ৰেষ্ঠ অভিনেতা: অল্লু অৰ্জুন ( পুষ্পা:দ্য ৰাইজ)
শ্ৰেষ্ঠ অভিনেত্ৰী (যুটীয়া) :
আলিয়া ভাট (গংগুবাঈ কাঠিয়াৱাড়ী)
কৃতি সেনন ( মিমি)
শ্ৰেষ্ঠ কাহিনী চিত্ৰ: ৰকেট্ৰি- দ্য নাম্বি ইফেক্ট
শ্ৰেষ্ঠ পৰিচালক: নিখিল মহাজন (গোদাবৰী /মাৰাঠী)।
🔹অষ্ট্ৰেলিয়াৰ ছিডনীত অনুষ্ঠিত মহিলা বিশ্বকাপ ফাইনেলত যোৱা ২০ আগষ্ট তাৰিখে ইংলেণ্ডক ১-০ গ'লত পৰাস্ত কৰি স্পেইনে পোন প্ৰথমবাৰৰবাবে বিশ্ব চেম্পিয়নৰ খিতাপ অৰ্জন কৰে।
🔹২০ আগষ্ট ২০২৩ত চন্দ্ৰলৈ প্ৰেৰণ কৰা ৰাছিয়াৰ মহাকাশযান লুনা-২৫ এ চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ সময়ত নিয়ন্ত্ৰণ হেৰুৱায় আৰু ইয়াৰ ফলত মহাকাশযান খন ধ্বংস হয়।
Current affairs August month.
Notable events from the past Month:
🔹On August 23, the Indian Space Research Centre 's ISRO spacecraft Chandrayaan-3 made a smooth landing on the south side of the Moon in 6.3 minutes.
।
🔹As per the decision of the Assam Government's Cabinet meeting held on August 25, it was approved to rotate the dead of Bajali, Biswanath, Hojai and Tamolpur districts again. With this, the number of handful districts in Assam will be 35. It is worth mentioning that on December 31, 2022, the number of handful districts was reduced to 31 by re-incorporating the four districts of the above-mentioned district into the eastern district.
The cabinet meeting also decided to abolish 24 sub-divisions of Assam and form 81 sub-districts.
🔹 Of the 69 national films announced on August 21, 2021, a total of 69 national films managed to get a total of 6 bunts. There are 5 drops in it.
1) Best Regional Film By Kamal Banta : Anur (Director Manjul Barua)
2) Best film in Miching language: Bumba Ride (Pilot: Biswajit Vara)
3) Kamal Banta for Best Picture on Social Issues in Ficha Film Shitan: Anunad (Director: Reema Bara)
4) Kamal Banta: Fear on Edge (Director: Pranvyoti Deka) for best film on anthropology in non-fiction film shitan
5) Best Lecturer : Kamal Banta : Kulda Kumar Bhattacharya (Elephant Friend / Driver: Kripal Kalita)
6) Best Actress Shitante Juriya's Greatest Sister: Jahanara Begum (Bumba Raid)
Other notable butts:
Best Actor : Allu Arjun (Pushpa: The Rise)
Best Actress (Jutia):
Alia Bhatt (Gangubai Kathiawadi)
Kriti Senan (Mimi)
Best Story Script: Rocky - The Nambi Effect
Best Driver: Nikhil Mahajan (Godavari/Marathi).
🔹On August 20, England won 1-0 in the Women's World Cup final held in Sydney, Australia.
🔹On August 20, 2023, the Russian spacecraft Luna-25, which was sent to the moon, lost control during its landing on the lunar surface and resulted in the destruction of the spacecraft.