অসমৰ ভৌগোলিক অস্তিত্বৰ ওপৰত সবিশেষ
অসমৰ ভৌগোলিক অস্তিত্বৰ ওপৰত কিছু কথা জানি লওক।
১। অসমৰ অৱস্থিতি— অসম ভাৰতৰ উত্তৰ-পূব (ঈশান) কোণত অৱস্থিত। ভৌগোলিক অৱস্থান প্রায় ২৪° ৰপৰা ২৮° উত্তৰ অক্ষাংশ আৰু প্ৰায় ৯০° পৰা ৯৭° পূব দ্রাঘিমাংশত।
২। অসমৰ মাটিৰ কালি— প্রায় ৭৮,৪৩৮ বর্গ কিলোমিটাৰ।
৩। অসমৰ প্ৰাকৃতিক বিভাগ কেইটা – ১। ব্ৰহ্মপুত্ৰ উপত্যকা, ২। বৰাক উপত্যকা আৰু ৩। কাৰবি আংলং আৰু উত্তৰ কাছাৰৰ পাহাৰীয়া অঞ্চল।
৪। অসমৰ চাৰিসীমা— উত্তৰে : ভূটান আৰু অৰুণাচল ৰাজ্য। দক্ষিণে : মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰা ৰাজ্য। পূবে : অৰুণাচল প্রদেশ, নগালেণ্ড আৰু মণিপুৰ। পশ্চিমে : পশ্চিমবংগ আৰু বাংলাদেশ।
৫। অসমৰ জনবসতিৰ ঘনত্ব প্রতি বর্গ কিঃমিঃত— ৩৪০ জন। ৬। অসমৰ পুৰুষ-মহিলাৰ অনুপাত প্রতি হাজাৰ পুৰুষত মহিলাৰ সংখ্যা
৭। অসমৰ শিক্ষিতৰ হাৰ — ৬৮.২৮ শতাংশ। — ৯৩২ জন।
৮। ব্ৰহ্মপুত্ৰ উপত্যকাৰ মুঠ মাটিৰ কালি— প্রায় ৫৬,০০০বর্গ কিলোমিটাৰ।
৯। বৰাক উপত্যকাৰ মুঠ মাটিৰ কালি প্ৰায় ৬,৯৬২বর্গ কিলোমিটাৰ।
১০। কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাহাৰীয়া অঞ্চলৰ মুঠ মাটিৰ কালি- প্রায় ১৫,৩২২ বর্গ কিলোমিটাৰ।
১১। মাজুলীৰ বৰ্তমান মুঠ মাটিৰ কালি প্ৰায় ৮০০বর্গ কিলোমিটাৰ।
১২। অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা অক্ষৰেখাডালৰ নাম কর্কটক্রান্তি ৰেখা।
১৩। অসমৰ প্ৰধান নদী দুখনৰ নাম— ব্ৰহ্মপুত্ৰ আৰু বৰাক। ১৪। ব্ৰহ্মপুত্ৰৰ উপনদী কেইখন— বৰনদী, পুঠিমাৰী, পাগলাদিয়া, সোৱণশিৰী, জীয়াভৰালী, জাঁজী, কপিলী, কুলসী, চম্পাৱতী, ধনশিৰি, জীয়াঢল, ৰঙানৈ, দিক্ৰং, ডিব্ৰু, ডিগাৰু, ন-দিহিং, দিচাং, বৰগাং, বুঢ়ীদিহিং, দিখৌ, দুধনৈ, ভোগদৈ, বুৰৈ, শিংৰা, সৰলভাঙা, মানাহ, কৃষ্ণাই, জিঞ্জিৰাম আদি।
১৫। ব্ৰহ্মপুত্ৰৰ দলং কেইখন— ১। শৰাইঘাট, ২। কলিয়াভোমোৰা, ৩। নৰনাৰায়ণ সেতু আৰু ৪। বগীবিল দলং। ১৬। ব্ৰহ্মপুত্ৰৰ প্ৰধান নদীদ্বীপ দুটা — ১। মাজুলী (বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ) আৰু ২। উমানন্দ (বিশ্বৰ আটাইতকৈ সৰু নদীদ্বীপ)।
১৭। অসমৰ জলবায়ু চাৰি ভাগত বিভক্ত— ১। শীত— নৱেম্বৰ, ডিচেম্বৰ আৰু জানুৱাৰী। ২। প্রাক্-মৌচুমী— ফেব্ৰুৱাৰী, মাৰ্চ আৰু এপ্রিল। ৩। মৌচুমী— মে, জুন আৰু জুলাই। ৪। উত্তৰ-মৌচুমী—আগষ্ট, ছেপ্তেম্বৰ আৰু অক্টোবৰ ।
১৮। ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ বিচ্ছেদ পাহাৰখনৰ নাম— বৰাইল পাহাৰ (অসমৰ সৰ্বোচ্চ পাহাৰ)
১৯। বৰাক নদীৰ উপনদী কেইখন— জিৰি, চিৰি, ৰাকনি, ধলেশ্বৰী, বগাপানী, লংগাই, টিংৰাই, সোণাই, যদুকটা, মাধুৰা, জাতিংগা ।
২০। অসমৰ প্ৰধান পাহাৰবোৰ— কাৰ্বি পাহাৰ, বৰাইল পাহাৰ, বুঢ়া পাহাৰ, নীলাচল, চিত্ৰাচল দীর্ঘেশ্বৰী, কুৰুৱা পাহাৰ, ভোমোৰাগুৰি, শ্ৰীসূৰ্য, চৰাইদেউ, পঞ্চত্ন, ৰাক্ষসিনী, পাগলাটেক, টুক্ৰেশ্বৰী, বোন্দা, গণেশ, হিলৈখুন্দা, মহামায়া, অগ্নিগড়, সিংহাসন, হাতীমুৰা, কুঁৱৰী চূণশিল, মণিকণেশ্বৰ, অশ্বক্লান্ত, সন্ধ্যাচল।
২১। অসমৰ বিলবোৰৰ— বগীবিল, মোবিল, দীঘলীবিল (ডিব্ৰুগড়), কাৱৈমাৰী, দীপৰ, চানডুবি, (কামৰূপ), কাছমাৰীজান, বৰডুবি, হাফলং লেক, পদুম পুখুৰী (তেজপুৰ), জয়সাগৰ, শিৱসাগৰ পুখুৰী (শিৱসাগৰ), ৰাজমাও পুখুৰী (যোৰহাট), শনিবিল, ৰাতা বিল (কৰিমগঞ্জ) মাইলাতা, দিপলীঙা (দৰং) মৰিকলং (নগাঁও), তামৰাঙা, উপদ (গোৱালপাৰা)।
২২। অসমৰ মুঠ জিলাৰ সংখ্যা ৩৩ খন— ১। উত্তৰ কাছাৰ পাহাৰ জিলা (নতুন নাম “ডিমা হাছাও”), ২। ওদালগুৰি, ৩। শোণিতপুৰ, ৪। দৰং, ৫। কৰিমগঞ্জ, ৬। কাছাৰ, ৭। কামৰূপ (গ্ৰাম্য), ৮। কামৰূপ (মহানগৰ), ৯। কাৰ্বি আংলং, ১০। কোকৰাঝাৰ, ১১। গোলাঘাট, ১২। গোৱালপাৰা, ১৩। চিৰাং, ১৪। ডিব্ৰুগড়, ১৫। তিনিচুকীয়া, ১৬। ধুবুৰী, ১৭। ধেমাজী, ১৮। নগাঁও, ১৯। নলবাৰী, ২০। বঙাইগাঁও, চাৰিআলি, ২১। বৰপেটা, ২২। বাগ্ছা, ২৩। মৰিগাঁও, ২৪। যোৰহাট, ২৫। লক্ষীমপুৰ, ২৬। শিৱসাগৰ, ২৭। হাইলাকান্দি, ২৮। দক্ষিণ শালমাৰা, ২৯। বিশ্বনাথ ৩৩। মাজুলী (ঘোষণা- ২০১৬ ৰ ৮ ছেপ্তেম্বৰ) । ৩০। হোজাই, ৩১। চৰাইদেউ আৰু ৩২। পশ্চিম কাৰ্বি আংলং,
অসমৰ পুৰণি নাম কি?
অসমৰ পুৰণি নাম প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ।
কোনটো খ্ৰীষ্টাব্দত অসমলৈ আহোম সকল আহিছিল।
1228 এডিত।
কোন ৰজাই ঈষম্ ৰজা ইতিউতি স্থাপন কৰিছিল?
মহামহিম চাওলুং চুকাফাৰ দ্বাৰা চৌধুৰী ৰাজ্য প্ৰতিষ্ঠা কৰা হৈছিল।
Last Date of this online application is on : 00/00/2023 Don't wait till last date, Because Due to server issue sometimes sites are not responding properly. So Apply As soon as Quickly .
On our team best, All updated official job Notification/Results/Admission/Scholarship Are Re Advertising through our site. There's no any false or liable information anything about job. Here updated All Information are generated officially.
Disclaimer: We (NotunJob.in) are not The official Web Portal of ### nor related to ###. The information provided hereby us is for reference purposes only and all users or visitors are advised to visit the official website (https://######.com) for more details.{alertWarning}