Assam Geography MCQ Quize

On which bank of the Brahmaputra River is Guwahati situated?
Answer: On the south bank.
What is the name of the highest mountain peak in Assam?
Answer: Understanding Namcha. (Namcha Burwa)
In which direction of India is Assam located?
Answer: The state of Assam is located in the northeastern part of India.
What is the centre of tea industry in Assam?
Answer: Chabua.
Which place in Assam makes brass utensils?
Answer: Sarthebari.
Which place in Assam has a foreign clay factory?
Answer: Bokajan.
What are the names of the four foreign countries adjacent to Assam?
Answer: Bangladesh, Myanmar, Bhutan and China.
Where in Assam is there a coal-fired thermal power plant?
Answer: Bangalore.
What is the average rainfall in Assam? Answer: Approximately 178 to 305 cm.
Where is the candle factory in Assam?
Answer: Dhubri.
Where is the fertilizer factory in Assam?
Answer: Namrup.
The devastating winds and rains in AssamWhat is it called?
Answer: Bardaisila.
What are the two main rivers of Assam?
Answer: Barak, Brahmaputra.
What is the name of the place without natural/geographical division of Assam?
Answer: The Nilachala Hills.
What is the height of Shillong Peak?
ব্ৰহ্মপুত্ৰ নৈৰ কোন পাৰে গুৱাহাটী অৱস্থিত?
উত্তৰ: দক্ষিণ পাৰে ৷
অসমৰ সৰ্ব্বোচ্চ পর্বত শৃংগটোৰ নাম কি?
উত্তৰ : নামচা বুৰুৱা। (Namcha Burwa)
ভাৰতৰ কোন দিশত অসম অবস্থিত?
উত্তৰ : ভাৰতৰ উত্তৰ-পূব দিশত অসম ৰাজ্য অৱস্থিত।
অসমৰ চাহ শিল্পৰ কেন্দ্ৰখনৰ নাম কি?
উত্তৰ: চাবুৱা।
অসমৰ কোনখন ঠাইত বিলাতী মাটিৰ কাৰখানা আছে?
উত্তৰ: বোকাজান।
অসমৰ কোনখন ঠাইত কাঁহ-পিতলৰ বাচন-বৰ্তন প্ৰস্তুত কৰা হয়?
উত্তৰ: সৰ্থেবাৰী।
অসমৰ গাতে লাগি থকা চাৰিখন বিদেশী ৰাষ্ট্ৰৰ নাম কি কি?
উত্তৰ: বাংলাদেশ, ম্যানমাৰ, ভুটান আৰু চীন দেশ।
অসমৰ কোনখন ঠাইত কয়লাচালিত তাপ বিদ্যুৎ শক্তি কেন্দ্র আছে?
উত্তৰ: বঙাইগাঁও।
অসমত হোৱা বৃষ্টিপাত গড় কিমান?
উত্তৰ : আনুমানিক ১৭৮ ৰ পৰা ৩০৫ ছেঃমিঃ।
অসমত দিয়াচলাই কাৰখানা ক'ত আছে ?
উত্তৰ : ধুবুৰী
অসমৰ সাৰ কাৰখানা ক'ত আছে?
উত্তৰঃ নামৰূপ।
অসমত জহকালি হোৱা ধ্বংসাত্মক বতাহ বৰষুণজাকক কি বুলি কোৱা হয়?
উত্তৰ: বৰদৈচিলা ।
অসমৰ প্ৰধান নদী দুখন কি কি ?
উত্তৰ : বৰাক, ব্ৰহ্মপুত্র।
অসমৰ প্ৰাকৃতিক/ভৌগোলিক ভূ-বিভাজন নোহোৱা ঠাইখনৰ নাম কি?
উত্তৰ: নীলাচল পাহাৰ ।
শ্বিলং শৃংগৰ উচ্চতা কিমান?
১৯৬৫ মিঃ।
অসমক কেইটা ভৌগোলিক অঞ্চলত ভাগ কৰা হৈছে৷ নামবিলাক কি কি?
ব্রহ্মপুত্র উপত্যকা, বৰাক উপত্যকা আৰু পার্বত্য অঞ্চল। তিনিটা ভৌগোলিক অঞ্চল।
ব্ৰহ্মপুত্ৰৰ প্ৰধান উপনৈ কেইখন কি কি?
সোৱণশিৰি, পুঠীমাৰি, পাগলাদিয়া, মানাহ, নদিহিং, বুঢ়ীদিহিং ইত্যাদি।
নাগালেণ্ডৰ বৃহত্তম আৰু দীৰ্ঘতম নদীখনৰ নাম কি?
ধনশিৰি।
ত্ৰিপুৰাৰ ক্ষুদ্রতম জিলাখনৰ নাম কি?
উত্তৰঃ ত্ৰিপুৰা ।
অসমৰ ভিতৰৰ ডাঙৰ জিলাখনৰ নাম কি? (আয়তনত)
কার্বি আংলং।
অসমৰ পশ্চিম সীমাত অৱস্থিত বিদেশী ৰাষ্ট্ৰখনৰ নাম কি?
বাংলাদেশ।
Last Date of this online application is on : 00/00/2023 Don't wait till last date, Because Due to server issue sometimes sites are not responding properly. So Apply As soon as Quickly .
On our team best, All updated official job Notification/Results/Admission/Scholarship Are Re Advertising through our site. There's no any false or liable information anything about job. Here updated All Information are generated officially.
Disclaimer: We (NotunJob.in) are not The official Web Portal of Assam Govt nor related to Official Site. The information provided hereby us is for reference purposes only and all users or visitors are advised to visit the official website (https://######.com) for more details.{alertWarning}