History and Culture of India with Special Emphasis on Assam History
-----অসমৰ ইতিহাস----
নৰকাসুৰ
হিন্দু লোককথা অনুসৰি নৰকাসুৰ বা নৰক হ'ল হৰিত্ৰী আৰু বিষ্ণুৰ বৰাহ অৱতাৰৰ পুত্র। অন্য উৎস মতে তেওঁ আি পুর। তেওঁ অসমত স্থানৰ ৰজা ঘটকাসুৰত মুৰাই ভাগতো প্রতিষ্ঠা কৰিছিল বুলি কোৱা হয়। তেওঁক পাছত বিফুল আন এক অভাবে ধ্বংস কৰিছিল বুলিও কাহিনী প্রচলিত। নৰকাসুৰৰ মাতৃ ধৰিত্ৰীয়ে তেওঁৰ পুত্ৰৰ বাবে বিষ্ণুৰ পৰা বৰ বিচাৰিছিল যাতে সি সর্বশক্তিমান।
আৰু দীর্ঘায়ু হয় আৰু বিষ্ণুৱে ধৰিত্ৰীৰ সেই বৰ মঞ্জুৰ কৰিছিল। অসম বুৰঞ্জীত নৰকাসুৰ গুৰুত্বপূৰ্ণ চৰিত্ৰ। গুৱাহাটীৰ দক্ষিণত তেওঁৰ নামেৰে এটা পাহাৰো আছে। তদুপৰি তেওঁ শাক্তদেৱী আৰু তীর্থস্থান কামাখ্যাৰ লোককথাৰ সৈতেও সম্পর্কিত।
নৰকাসুৰে প্ৰাগজ্যোতিষত মংগোলীয়ান কিটিসকলক খেদি পঠিয়াই আর্য সম্প্ৰদায়ৰ লোকসকলক থিতাপি নিয়াইছিল। নৰকাসুৰে আৰ্য
সম্প্রদায়ৰ নুকারী তথ্য বিষ্ণুভক্ত বিদর্ভৰ কন্যাক বিয়া কৰাইছিল নিয়ে দেবী কামাখ্যাক পূজা-পাতল কৰিবলৈ শিকাইছিল। এটা সময়ত নৰকাসুৰে দেবী কামাখ্যাক বিয়া কৰিবলৈ বিচাৰিছিল। কিন্তু দেবী কামাখ্যাৰ মতত নৰকাসুৰ চিলিত হৈ অৱশেষত মৃত্যুবৰণ কৰিবলগীয়া হয়।
নৰকাসুৰ আৰু তেওঁৰ সাম্ৰাজ্য প্ৰাগজ্যোতিষৰ বিষয়ে মহাভাৰত আৰু ৰামায়ণত উল্লেখ কৰা হৈছে, যি দুখন প্ৰথম শতিকাৰ আগতে লিখা হোৱা নাছিল। প্রচলিত আছে যে তেওঁৰ পুত্ৰ দত্তই বুৰুক্ষেত্ৰ যুদ্ধ) কৌৰৱসকলৰ হৈ যুদ্ধ কৰিছিল।
ভগদত্ত
উপনিষদৰ মতে কালিকা পুরাণত উল্লেখ আছে যে আদেও নৰকাসুৰৰ পুতেক আছিল। মহাভাৰতৰ যুদ্ধৰ সময়ত তেওঁ প্ৰাগজ্যোতিষৰ ৰজা আছিল। কিংবদন্তি মতে, ভগদত্তই কন্যা ভানুমতীক তৰাধির জোষ্ঠ পুত্র দুর্যোধনক বিয়া দিছিল আৰু এই সূত্রে দক্ষের যুদ্ধত লগন এই আশগ্রহণ কৰিছিল। কুৰুক্ষেত্ৰ যুদ্ধত ভগদত্তই কৌৰৱসকলৰ পক্ষৰ হৈ পাণ্ডৱৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। তেওঁ বেছি জনাজাত আছিল যুদ্ধক্ষেত্ৰত তেওঁৰ হাতীটোৰ সৈতে শতক কৰা আক্ৰমণৰ বাবে। কুৰুক্ষেত্ৰ যুদ্ধত তেওঁ তেওঁৰ হাতী সুপ্রতীক'ৰ ওপৰত উঠি অৰ্জুনৰ সৈতে ভয়ংকৰ যুদ্ধত লি হৈছিল। সেই যুদ্ধৰ সময়ত তেওঁ অৰ্জুনৰ ওপৰত বৈষ্ণবাস নামেৰে এবিধ শক্তিশালী অস্ত্র নিক্ষেপ কৰিছিল। কিন্তু অৰ্জুনক মৃত্যুৰ মুখৰ পৰা কৃষ্ণই ৰক্ষা কৰিছিল। অর্জুনলৈ নিক্ষেপ কৰা সেই অস্ত্র কৃষ্ণই বুকু পাতি লৈছিল আৰু ই তেওঁৰ ডিঙিৰ হাৰ হৈ জিলিকি পৰিছিল। শেষত অর্জুনে এৰি দিয়া এপাত শৰৰ আঘাতত ভগদত্তৰ মৃত্যু হয়।
ৰাণৰজা
মহান অসুৰ ৰজা বানাসুৰ (শিৱভক্ত), তেওঁৰ সুন্দৰী কন্যা ঊষা আৰু বান্ধৱী চিত্ৰলেখাক কেন্দ্ৰ কৰি লোককথা প্রচলিত হৈ আহিছে। পৌৰাণিক শোণিতপুৰ আছিল অসুৰ সাম্ৰাজ্যৰ ৰাজধানী। ৰাজকুমাৰী ঊষাই এবাৰ সপোনত এজন অতি সুন্দৰ ৰাজকুমাৰক দেখা পালে আৰু তেওঁৰ প্ৰেমত পৰিল। দক্ষ চিত্রশিল্পী চিত্ৰলেখাই কেৱল সেইৰাজকুমাৰৰ প্ৰতিকৃতি ঊষাৰ সপোনৰ বিৱৰণী শুনি শুনি আঁকিছিল যে এনে নহয়, তেওঁ সেই ৰাজকুমাৰজন যে দ্বাৰকাৰ ৰজা ভগৱান শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধ সেই কথাও চিনাক্ত কৰিছিল। চিত্রলেখাই নিজৰ যাদুকৰী শক্তিৰে অনিৰুদ্ধক দ্বাৰকাৰ পৰা শোণিতপুৰলৈ পলুৱাই আনি বাণ বজাৰ অগোচৰে গন্ধৰ্ব প্ৰথাৰে ঊষাৰ লগত বিয়া পাতি দিছিল। যেতিয়া বাণাসুৰে ঊষা-অনিৰুদ্ধৰ প্ৰেম কাহিনীৰ বিষয়ে গম পালে, তেতিয়া তেওঁ অনিৰুদ্ধক বন্দী কৰি থ'লে। নাতি অনিৰুদ্ধক উদ্ধাৰ কৰিবৰ বাবে শ্রীকৃষ্ণ আহি শোণিতপুৰত উপস্থিত হ'লহি। দুয়োপক্ষৰ মাজত ভয়ংকৰ যুদ্ধ হ'ল আৰু গোটেই নগৰখন মানুহৰ ৰক্তৰে ৰাঙলী হৈ পৰিল, সেয়েহে নগৰখনৰ নাম হ'ল শোণিতপুৰু। হৰি (ভগৱান কৃষ্ণ) আৰু হৰৰ (বাণাসুৰৰ ৰূপত ভগৱান শিৱ) যুদ্ধত বাণৰ পৰাজয় হৈছিল আৰু প্ৰেমিক যুগল চিৰদিনৰ বাবে এক হৈ পৰিছিল।
■ ভীষ্মক
ভীষ্মকৰ ৰাজ্যখনক কোৱা হৈছিল বিদৰ্ভ। ই শদিয়াৰ ওচৰত অৱস্থিত। ইয়াৰ ৰাজধানী আছিল কৌণ্ডিল্য। ই শদিয়াৰ ওচৰৰ কৌণ্ডিল নদীৰ পাৰত অৱস্থিত। ভীষ্মকৰ পাঁচজন পুতেক আৰু এগৰাকী ৰুক্মিণী নামৰ কন্যা আছিল। কৃষ্ণই ৰুক্মিণীৰ সৌন্দৰ্যৰ কথা শুনি তাইক বিয়া কৰিবলৈ বিচাৰিছিল। ৰুক্মিণীয়েও কৃষ্ণক স্বামী হিচাপে পাবলৈ ইচ্ছা কৰিছিল। কিন্তু ৰুক্মিণীৰ ককায়েক শিশুপালে এই কাৰ্যত বাধা দিছিল। বিবাহৰ দিনা কৃষ্ণই ৰুক্মিণীৰ পৰা গোপন সুত্ৰই এই কথা জানিব পাৰি শিশুপালৰ স'তে যুদ্ধ কৰি ৰুক্মিণীক ৰথত তুলি দ্বাৰকালৈ লৈ আনিছিল।
বৰ্মন ৰাজবংশ
বর্মন ৰাজবংশই ৩৫০ ৰ পৰা ৬৫০ খ্রীষ্টাব্দলৈ কামৰূপত (অসম) শাসন কৰিছিল। বৰ্মন ৰাজবংশৰ প্ৰথম ৰজা পুষ্য বৰ্মন হ'ল অসমৰ প্রথম ঐতিহাসিক শাসক। পুষ্য বর্মন, বৰ্মন সাম্ৰাজ্যৰ প্রতিষ্ঠাতা আছিল। তেওঁ নৰক আৰু ভগদত্তৰ পৰা ভৌম সাম্রাজ্য হস্তগত কৰিছিল। বৰ্মন ৰাজবংশৰ পিছত শালস্তম্ভ ৰাজবংশই কামৰূপত (অসম) শাসন কৰিছিল।
বৰ্মন ৰাজবংশৰ শেষজন ৰজা আছিল ভাস্কৰ বৰ্মন আৰু এওঁৰ দিনতে চীনা পৰিব্ৰাজক হিউয়েন চাঙে অসম ভ্ৰমণ কৰিছিল ।
বৰ্মন ৰাজবংশৰ ৰজাসকল :
শালস্তম্ভ বংশ (৬৫০–৯৯০ খ্রীষ্টাব্দ)
বৰ্মন ৰাজবংশৰ শেষজন ৰজা আছিল ভাস্কৰ বৰ্মন আৰু কোনো উপযুক্ত উত্তৰাধিকাৰী নোহোৱা অৱস্থাতে তেওঁৰ মৃত্যু হৈছিল। ভাস্কৰ বৰ্মনৰ এজন বিষয়া শালাস্তম্ভই শাসনভাৰ চলাই নিছিল আৰু তেওঁৰ নাম অনুসৰিয়েই সেই বংশক শালস্তম্ভ ৰাজবংশ বুলি জনা গৈছিল।
পাল বংশ
পালবংশই ১০০ খ্ৰীষ্টাব্দৰ পৰা ১১০০ খ্ৰীষ্টাব্দলৈ ৰাজ্য শাসন কৰিছিল। যেতিয়া গৌড়ৰ ৰজা ৰামপালে কামৰূপ পৰাধীন কৰিছিল, তেতিয়া পাল বংশৰ শাসনৰ ওঁৰ পৰিছিল।
■ পাল বংশৰ শাসকসকল
• ব্রহ্মপাল (১০০-১২০ খ্রীষ্টাব্দ) • ৰত্নপাল (১২০-১৬০ খ্রীষ্টাব্দ) • ইন্দ্রপাল (১৬০–১১০ খ্রীষ্টাব্দ) • গোপাল (৯৯০–১০১৫ খ্রীষ্টাব্দ) • হর্ষপাল (১০১৫ – ১০০৫ খ্রীষ্টাব্দ) • ধর্মপাল (১০০৫-১০৬০ খ্রীষ্টাব্দ) জয়পাল (১০৭৫ – ১১০০ খ্রীষ্টাব্দ) • তিমজ্ঞাদের (১১০০ – ১২২৬ খ্ৰীষ্টাব্দ) বৈদ্যদের (১১২৬ – ১১৪০ খ্রীষ্টাব্দ)
ৰত্নপাল
ৰত্নপাল এজন বৰ শক্তিশালী ৰজা আছিল। তেওঁ এঘাৰ শ শতিকাৰ প্ৰথমভাগত প্রায় ত্ৰিছ বছৰ ৰাজ্য শাসন কৰিছিল। ৰত্নপালে হাদুপাইকা নামৰ ঠাইখনক দুৰ্জেয় বুলি পুনৰ নামকৰণ কৰিছিল। আৰু পিছলৈ শালস্তম্ভৰ ৰাজধানী হিচাপে হাকপেশ্বৰ এই হাদুপাইকাৰ পৰাই পুনৰ নামকৰণ কৰা হৈছিল। শালস্তম্ভৰ অন্য ৰজাসকলৰ দৰে ৰত্নপালেও পৰমেশ্বৰ পৰমতট্ৰক মহাধিৰাজ উপাধি গ্রহণ কৰিছিল। তেওঁ গৌড়ৰ ৰজা ৰাজ্যপালক পৰাভূত কৰিছিল। ৰত্নপালৰ মৃত্যুৰ পাছত তেওঁৰ নাতিয়েক ইন্দ্রপালে ৰাজ্য শাসন কৰিছিল। তেওঁ সম্ভবতঃ ১১ শ শাতিকাৰ মাজভাগত প্রায় ২৫ বছৰ ধৰি একেৰাহে শাসন কৰিছিল। ইন্দ্ৰপালৰ পিছত গোপাল, ধর্মপাল আৰু জয়পালে শাসনভাৰ লৈছিল। পাল সাম্ৰাজ্যৰ পতনৰ পাছত শক্তিশালী কামৰূপ ৰাজা-ভাগি থান-বান হৈছিল।
পাল সাম্ৰাজ্যৰ পাছত কিছুমান সৰু সৰু স্বাধীন বা অর্ধ-স্বাধীন ৰাজ্যত এই সাম্ৰাজ্যৰ বিভংগন হৈছিল। একশ্রেণীৰ বিষয়া নিযুক্তি কৰি এই অঞ্চলবিলাকৰ কৰ আৰু খাজনা আদায় কৰা হৈছিল। কালক্ৰমত সেইসকল শক্তিশালী জমিদাৰ হৈ পৰিছিল আৰু ৰাজনৈতিক শক্তিৰ অধিকাৰী হৈছিল। তেওঁলোকক ভুঞা বুলি কোৱা হৈছিল আৰু তেওঁলোকক ৰজাৰ দৰে আচৰণ কৰা হৈছিল। এই সাম্ৰাজ্যৰ পশ্চিম অংশক কামৰূপ বুলি জনা গৈছিল। তেৰশ শতিকাৰ মাজভাগলৈকে এই ৰজাসকলে শাসন কার্য চলাই আছিল। ভূঞাসকলৰ পিছতেই এই সৰু সৰু ৰজাসকলৰ ক্ষমতা বাঢ়িছিল। দুর্লভ নাৰায়ণ আৰু ইন্দ্ৰনাৰায়ণৰ দৰে সুদক্ষ ৰজাসকলৰ শাসন কার্য চলা সত্ত্বেও কামৰূপৰ ৰাজনীতিত ভূঞাসকলক বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছিল।
Last Date of this online application is on : 00/00/2023 Don't wait till last date, Because Due to server issue sometimes sites are not responding properly. So Apply As soon as Quickly .
On our team best, All updated official job Notification/Results/Admission/Scholarship Are Re Advertising through our site. There's no any false or liable information anything about job. Here updated All Information are generated officially.
Disclaimer: We (NotunJob.in) are not The official Web Portal of ### nor related to ###. The information provided hereby us is for reference purposes only and all users or visitors are advised to visit the official website (https://######.com) for more details.{alertWarning}